[0.000] অঁ হেল্লো হিৰণ্য [4.485] [6.835] কিছুমান (()) তোমাৰ বৰ্তমান ডাউন টাউন গৈ আছো ৰ'বা [9.935] [11.035] [11.385] [12.285] হেল্লো [12.835] [15.565] অঁ মানে মই ছয়মাইল আহি আছো তুমি ক'ত আছ [18.265] [23.975] চান্দমাৰী [24.865] [26.675] হয় নেকি [27.395] [29.795] নাই এনেই আহিলো [31.065] [32.885] অলপ তাৰমানে [34.015] [37.675] অঁ নাই ছয়মাইল আহিছো ৰ'বা এই মাহীহঁতৰ তাতে আহিছো অঁ ৰাতি বেলতলা কিনো নাই দে [52.185] [53.215] ওঁ [54.145] [56.885] মুৰ বিষাই আছে মোৰ ৰুমৰ আহি আছিলো এই তোমালোকে কেতিয়া গ'লা আজি [63.195] [69.415] হেল্লো [69.965] [70.985] [71.355] [73.585] অঁ সি পুৰা সি আঠটাত আহি পাইছিল সি আঠটাত তাৰপিছত নাইন্টিন টুৱেণ্টিখন আঠটাত শেষ (()) পোন্ধৰ মিনিট ল'লে [83.335] [85.805] হেল্লো [86.415] [89.315] অঁ সি অহাৰ পিছতে মই আহিলো তোমাৰ মই নটা বাজিছে (()) মই ৰুম পোৱা মানে [95.955] [99.605] ৰুম মানে তোমাৰ মই ইয়াতে বেলতলাত লক্ষীমন্দিৰৰ অপ'জিতত [103.625] [106.755] [107.125] [107.965] ওঁ অলপ ভাল পাইছে ভাল পাইছে মানে ভিনদেউ আহিলে ভিনদেউ ৰাতিপুৱা আহি পালে অহাৰ পিছত মই গুছি আহিলো [116.255] [118.785] হেঁ [122.335] [124.835] তেতিয়া তাৰমানে ঠিকে হৈছিলে নৰ্মেলে হৈছিলে তাৰপিছত অকস্মাৎ আৰু সৰু বাচ্ছা ছোৱালী না মেইন কথা সেইতোৱে হৈছে